Detailed Notes on Assamese synonyms

ভূত, প্ৰেত, অপদেৱতা, উপদেৱতা, কালিকা, দেও, দেৱযোনি, প্রমথ, শিৱানুচৰ, প্রেতাত্মা, পিশাচ, পিশাচী, পিশাচিনী, ফিচাহিনী, কবন্ধ, কন্ধ, তাল, বেতাল, বুঢ়া-ডাঙৰীয়া, ডাঙৰীয়া, বাঁক, ঘোৰাপাক, ডাইনী, ভূতুনী, আলষণী, ঘৰ-জেউতি, হাটোৱালী, বাটোৱালী, খেতৰ, খেতৰী, দ’ত, কালধূমা, যখিনী, যখ৷

অচিৰপ্ৰভা, অচিৰাংশু, অচিৰাভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অচিৰপ্ৰভা, অচিৰাংশু, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

গছ, অটবী, উদ্ভিদ, উদ্ভেদ, উৰ্বীৰুহ, গছনি, তৰু, তৰুবৰ, তৰুৰাজ, দ্ৰুম, দ্ৰুমৰাজ, নিৰ্মুট, পত্ৰী, পল্লৱী, পাদপ, পৰ্ণখণ্ড, বনস্পতি, বিটপী, বিৰিখ, বিৰুদ, বৃঅগচ্ছ, বৃক্ষ, ভূপদ, ভূৰুহ, মহাদ্ৰুম, মহীজাত, মহীৰুহ, শাখী, স্কন্ধী, more info ৰুক, ক্ষিতিৰুহ৷

অধিকাৰ, গৰাকী, নাথ, পতি, মনিব, মালিক, স্বত্বাধিকাৰ, স্বত্বাধিকাৰী, স্বামী৷

অথিৰ, উতনুৱা, চঞ্চল, চপল, চলৌপাতী, মন-পাতল৷

অংগধাৰী, অৱয়বী, কায়বিশিষ্ট, দেহধাৰী, দেহী, মূৰ্ত, মূৰ্তিমান, শৰীৰবদ্ধ, শৰীৰী, সাংগী, সাকাৰ, সাৱয়ব, ৰূপধাৰী৷

অনিষ্ট, অন্যায়, অপকাৰ, অভিচাৰ, অহিত, ক্ষতি৷

অকপট, অকুটিল, ঋজু, চিধা-চাধা, পোন, পোনপটীয়া, ভংভঙীয়া, ভোলাভাটৌ, সৰল, হোজা, হোলগোঁজ৷

অতিবক্তা, অমিতভাষী, কথাচহকী, চেলেপু, প্ৰগলভ, ফাজিল, বহুবক্তা, বহুবল্কী, বহুভাষী, বাচাল, ভংভঙীয়া, ভল্‌ভলীয়া৷ (স্ত্ৰী) কথকী৷

অচিৰপ্ৰভা, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অচিৰত্ব, ক্ষিপ্রতা, ত্বৰা, দ্ৰুততা, শীঘ্ৰতা, সত্বৰতা৷

জৰদগৱ, প্রৱীণ, প্ৰৌঢ়, বয়োবৃদ্ধ, বুঢ়া, বৃদ্ধ, বৰ্ষিষ্ঠ, বৰ্ষীয়ান৷

অধোগমন, অধোনমন, অধঃপতন, অৱনমন, অৱনতি, নিম্বগমন, নিম্নগতি৷

Leave a Reply

Your email address will not be published. Required fields are marked *